Questions:-
1. পানীপথৰ তৃতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ:- মাৰাঠা সেনা আৰু আফগানি সেনাৰ , মোগল সেনা আৰু মাৰাঠা সেনাৰ , আহোম সেনা আৰু মোগল সেনাৰ , মাৰাঠা সেনা আৰু কোচ সেনাৰ (Choose the correct Answer)
2. অসম বিধানসভা মুঠ কিমান জন বিধানসভা সদস্যৰে গঠিত ?
উত্তৰ:- ১২১ , ১২৬ , ১৩৫ , ১২৮ (Choose the correct Answer)
3. লোকসভাত অসমৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰ:- ১১ , ১৬ , ১৪ , ৯ (Choose the correct Answer)
4. কোনে জাহাংগীৰৰ ময়ূৰৰ সিংহাসনৰ পৰা কোহ-ই নুৰ হীৰা লৈছিল ?
উত্তৰ:- আব্দুল শ্বাহ , জাগীৰ শ্বাহ , আলম শ্বাহ , নাদিৰ শ্বাহ (Choose the correct Answer)
5. কেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাৰাঠাসকলৰ পৰা দিল্লী অধিগ্ৰহণ কৰিছিল ?
উত্তৰ:- ১৮০৩ , ১৮০১ , ১৮০৮ , ১৮০৫ (Choose the correct Answer)
6. প্ৰথম এংলো-মাৰাঠা যুদ্ধ কিমান চনত হৈছিল ?
উত্তৰ:- ১৭৭১-৮৯ , ১৭৭৫-৮২ , ১৭৭০-৮০ , ১৭৭৯-৮২ (Choose the correct Answer)
7. দ্বিতীয় এংলো -মাৰাঠা যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৮১০-১১ , ১৮০৭-১০ , ১৮০২-০৫ , ১৮১১-১৬ (Choose the correct Answer)
8. তৃতীয় এংলো-মাৰাঠা যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৮১০-১১ , ১৮১১-১৬ , ১৮১৫-১৯ , ১৮১৭-১৮ (Choose the correct Answer)
9. পলাশীৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ:- ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু চিৰাজ উদ্ দৌলাৰ সেনাৰ মাজত , ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আব্দুল শ্বাহৰ মাজত , মাৰাঠা আৰু মোগলৰ মাজত , মোগলৰ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত (Choose the correct Answer)
10. আহোমৰ শেষ ৰজাজন হৈছে?
উত্তৰ:- স্বৰ্গদেউ প্ৰবল সিংহ , স্বৰ্গদেউ পুৰন্দৰ সিংহ , স্বৰ্গদেউ ৰুদ্ৰ সিংহ , স্বৰ্গদেউ বিশ্ব সিংহ (Choose the correct Answer)
11. স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱা কাৰেংঘৰখন আছে ?
উত্তৰ:- যোৰহাটত , তেজপুৰত , গড়গাঁৱত , শিৱসাগৰত (Choose the correct Answer)
12. কোনে জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল ?
উত্তৰ:- প্ৰতাপ সিংহই , উদয় সিংহই , জয়ধ্বজ সিংহই , ৰুদ্ৰ সিংহই (Choose the correct Answer)
13. অসমৰ মানচেষ্টাৰ হৈছে ?
উত্তৰ:- শুৱালকুছি , নগাঁও , যোৰহাট , লখিমপুৰ (Choose the correct Answer)
14. অসমৰ চলচ্চিত্ৰৰ জনক বুলি জনা যায় ?
উত্তৰ:- হেমেন বৰ , জ্যোতিপ্ৰসাদ আগৰৱালা , হেমেন কুমাৰ শৰ্মা , অতুলচন্দ্ৰ হাজৰিকা (Choose the correct Answer)
15. অসম পঞ্চায়ত আইন, কিমান চনত গৃহীত হৈছিল ?
উত্তৰ:- ১৯৭০ , ১৯৪৫ , ১৯৪৮ , ১৯৫৫ (Choose the correct Answer)
16. অসম সৰ্বশিক্ষা মিছন, স্থাপন কৰা হৈছিল ?
উত্তৰ:- ২০০৫ , ২০০৩ , ২০০০ , ২০০১ (Choose the correct Answer)
17. নৰকাসুৰ কোন ৰাজবংশৰ ৰজা আছিল ?
উত্তৰ:- ভাউমা ৰাজবংশ , দশিলা ৰাজবংশ , চক্ৰশিলা ৰাজবংশ , পদ্মাশিলা ৰাজবংশ (Choose the correct Answer)
18. অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি ?
উত্তৰ:- ৫ টা , ৪ টা , ৭ টা , ৩ টা (Choose the correct Answer)
19. খেন্ ৰাজবংশৰ অন্তিম ৰজাজনৰ নাম হৈছে ?
উত্তৰ:- নীলধ্বজ , চক্ৰধ্বজ , নীলাম্বৰ , চন্দ্ৰধ্বজ (Choose the correct Answer)
20. নাৰায়ণী নামৰ ৰূপৰ মুদ্ৰাৰ প্ৰচলন কোনজন ৰজাই আৰম্ভ কৰিছিল ?
উত্তৰ:- নাগ নাৰায়ণ , নিত্য নাৰায়ণ , চক্ৰধ্বজ সিংহ , নৰ নাৰায়ণ (Choose the correct Answer)