Whatsapp

Join our Whatsapp Group To get latest Information

*Most important Assam Gk MCQ mock test for Assam Police, DHS, DME, TET,APSC Assam Direct Recruitment 2022, Assam Job exam preparation*






1. অসমীয়া ভাষাটোৱে কোন শতিকাত স্বকীয় ৰূপ পৰিগ্ৰহণ কৰিছিল ? 
(ক) অষ্টম-নৱম 
(খ) নৱম-দশম
(গ) দশম-একাদশ ✅
(ঘ) ষষ্ঠ-সপ্তম গৃঙ্গ দ

2. কোনজন কবিৰ দ্বাৰা সৃষ্ট ৰামায়ণ’ত প্রাচীন অসমীয়া ভাষাৰ নিদর্শন দেখা যায় ? 
(ক) অনন্ত কন্দলি 
(খ)মাধৱ কন্দলি ✅
(গ) ৰাম সৰস্বতী 
(ঘ) হৰিবৰ বিপ্ৰ

3. অসমীয়া ভাষাৰ উপভাষা সম্পর্কে পােনপ্ৰথমে অধ্যয়ন তথা গৱেষণা আৰম্ভ কৰা ভাষাবিদজনৰ নাম লিখা।
(ক) ড° উপেন্দ্র নাথ গােস্বামী 
(খ) ড° বাণীকান্ত কাকতি ✅
(গ) দেৱানন্দ ভৰালী 
(ঘ) কালিৰাম মেধি

4. অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো কি দিৱস হিচাপে উদযাপন কৰা হয় ? 
(ক) ৰাভা দিৱস
(খ) শিল্পী দিৱস ✅
(গ) শিশু দিৱস 
(ঘ) পিতৃ দিৱস

5. ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই ঈয়াৰুইংগম’ উপন্যাসৰ বাবে ১৯৬১ চনত কি বঁটা লাভ কৰিছিল ? 
(ক) জ্ঞানপীঠ বঁটা 
(খ) অসম উপত্যকা সাহিত্য বঁটা
(গ)সাহিত্য অকাডেমি বঁটা ✅
(ঘ) ইয়াৰে এটাও নহয় 

6. দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰনাম কি? 
(ক) কাৰেঙৰ লিগিৰী 
(খ) ৰূপালীম
(গ) নিমাতী কইনা 
(ঘ) লভিতা ✅

7। তলৰ কোনটো অসমীয়া ভাষাৰ উপভাষা নহয় ? (ক) পূব বংগৰ ভাষা ✅
(খ) কামৰূপী উপভাষা 
(গ) গােৱালপৰীয়া উপভাষা 
(ঘ) মংগলদৈৰ উপভাষা 

8.কোন শতিকাৰ পিছত কামৰূপী ভাষা উপভাষালৈ পৰিৱৰ্তিত হৈছিল ? 
(ক) ওঠৰ শতিকা 
(খ) পঞ্চদশ শতিকা
(গ) সােতৰ শতিকা ✅
(ঘ) দশম শতিকা

৯। বিশিষ্ট ভাষাবিদ ড° বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ উপভাষা কেইটা?
(ক) দুটা ✅
(খ) তিনিটা 
(গ) চাৰিটা 
(ঘ) পাঁচটা

১০। অসমীয়া ভাষা তলৰ কোনটো ভাষা গােষ্ঠীৰ অন্তৰ্গত? 
(ক) তিব্বতবর্মী 
(খ) আর্য ✅
(গ) অষ্ট্রিক 
(ঘ) ইয়াৰে এটাও নহয় 

১১। তলৰ কোনখন ঠাইত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল? 
(ক) গুৱাহাটী 
(খ) ডিব্ৰুগড় ✅
(গ) তেজপুৰ
(ঘ) যােৰহাট

১২। লক্ষ্মীনাথ বেজবৰুৱাই আলােচনীখন সম্পাদনা কৰিছিল।
(ক) জোনাকী 
(খ) বাঁহী ✅
(গ) সাতসৰী
(ঘ) অসম বাণী 

১৩। তলৰ কোনখন গ্ৰন্থত অসমীয়া আৰু বঙলা ভাষাৰ বৈশিষ্ট্যৰাজি দেখা যায়? 
(ক) হস্তী বিদ্যার্ণৱ 
(খ) কৃষ্ণকীর্তন
(গ) গীত গােবিন্দ 
(ঘ) প্রহ্লাদ চৰিত্ৰ

১৪। “অসমীয়া ভাষাটো মাগধী প্রাকৃতৰ পুৰা ওলাইছে”—এইমতামত আগবঢ়োৱা ভাষাবিদ কেইজন হল
(ক) গ্ৰীয়াছন, ড°সুনীতি কুমাৰ চট্টোপধ্যায়, কালিৰাম মেধি 
(খ) ড°নাথান ব্রাউন, ডমহেশ্বৰ নেওগ, গ্ৰীয়াৰ্ছন 
(গ) গ্ৰীয়াৰ্ছন, ড°সুনীতি কুমাৰ চট্টোপধ্যায়, ড° বাণীকান্ত কাকতি ✅
(ঘ) ড°বাণীকান্ত কাকতি, বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ

১৫। ভাষা হ'ল _________।
(ক) আনক প্রভাৱান্বিত কৰা মাধ্যম
(খ) যােগাযােগৰ এবিধ আহিলা ✅
(গ) আনৰ ওপৰত নিয়ন্ত্রণ সাধ্যক্ত কৰা মাধ্যম 
(ঘ) ইয়াৰে এটাও নহয় 

১৬. তলৰ কোনটো ভাষাৰ বৈশিষ্ট্য নহয় ? 
(ক) ভাষা গতিশীল 
(খ) ভাষা আহৰণ কৰিব নােৱাৰি ✅
(গ) ভাষা হৈছে প্ৰতীকাত্মক 
(ঘ) ভাষাৰ বিভিন্ন উপভাষা থাকে 

১৭। অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত প্রধানতঃ কেইটা মত পােৱা যায় ? 
(ক) পাঁচটা ✅
(খ) চাৰিটা
(গ) তিনিটা 
(ঘ) সাতটা

১৮। ভাষাবিদ কালিৰাম মেধিৰ মতে অসমীয়া ভাষা ক'ৰ পৰা উদ্ভৱ হৈছিল ?
(ক) পৈশাচী প্রাকৃত 
(খ) মহাৰাষ্ট্ৰী প্রাকৃত 
(গ) প্রাচ্য আৰু পশ্চিমা অপভ্রংশৰ সংমিশ্ৰণত ✅
(ঘ) কামৰূপী প্রাকৃত

১৯/________চনত কবি ভৱানন্দ দত্তৰ জন্ম হৈছিল। (ক) ১৯২০ 
(খ) ১৯২১
(গ) ১৯২৮ 
(ঘ)১৯১৯ ✅

২০। উশৃংখল’ শব্দটোৰ বিপৰীত অর্থ_____। 
(ক)সংযত ✅
(খ) আসক্ত 
(গ) ব্যভিচাৰ 
(ঘ) অক্ষত

২১। অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু চৰিত পুথিসমূহ কোনটো যুগৰ অন্তৰ্গত? 
(ক) প্রাচীন অসমীয়া যুগ 
(খ)মধ্য যুগ ✅
(গ) আধুনিক যুগ 
(ঘ) ইয়াৰে এটাও নহয় 

২২। গােৱালপৰীয়া উপভাষাক কেইটা ভাগত ভগাব পাৰি? 
(ক) চাৰিটা
(খ) তিনিটা 
(গ) দুটা ✅
(ঘ) ইয়াৰে এটাওনহয

 ২৩। অসমীয়া ভাষাত মধ্যম পুৰুষৰ বিভক্তি কেইটা ?  
(ক) দুটা✅
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) এটা

২৪। তলৰ খণ্ডবাক্যকেইটাৰ কোনটো ভুল নির্ণয় কৰা।
(ক) ডাল দৰিদ্ৰ-অতি দুখীয়া 
(খ) একাদশত বৃহস্পতি- সৌভাগ্য উপস্থিত 
(গ) অজৌ গছৰ বজৌ গুটি--অতি সাধু ✅
(ঘ) বাপতি সাহােন-পুৰণা সম্পত্তি 

২৫। ভাৰতীয় আর্যভাষাৰ স্তৰ কেইটা ?
(ক) তিনিটা ✅
(খ) চাৰিটা 
(গ) দুটা 
(ঘ) পাঁচটা

২৬। উপভাষা বিজ্ঞানৰ ভাগ দুটা হ’ল__________ আৰু________উপভাষা বিজ্ঞান। 
(ক) অর্থনৈতিক সামাজিক 
(খ) সামাজিক; ৰাজনৈতিক 
(গ) সামাজিক; আঞ্চলিক ✅
(ঘ) নৃত্তাত্ত্বিক;ৰাজনৈতিক

২৭। নামনি অসমৰ প্ৰধান উপভাষা দুটা হ’লঃ
(ক) কামৰূপী আৰু নলবৰীয়া 
(খ) 'কামৰূপী আৰু গােৱালপৰীয়া ✅
(গ) মংগলদৈ আৰু ছয়গাঁও 
(ঘ) ইয়াৰে আটাইকেইটা 

২৮। তলৰ কোনটো ভাষাই অসমীয়া ভাষালৈ উল্লেখযােগ্য বৰঙণি আগবঢ়াইছে? 
(ক) মিছিং 
(খ) দেউৰী
(গ) কার্বি 
(ঘ) বড়াে ✅

২৯। লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলােচনীৰ জৰিয়তে সাহিত্য চর্চাৰ আৰম্ভণি কৰিছিল? 
(ক) জোনাকী ✅
(খ) প্রকাশ
(গ) জয়ন্তী 
(ঘ) ইয়াৰে এটাও নহয়

৩০। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথিখনৰ নাম কি? 
(ক) জোনবিৰি 
(খ) লিতিকাই
(গ) পদুম কুঁৱৰী 
(ঘ) কদম কলি ✅

৩১। লক্ষ্মীনাথ বেজবৰুৱা কোন চনত অসম সাহিত্য সভাৰ সভাপতি নির্বাচিত হৈছিল ? 
(ক) ১৯২৪ ✅
(খ) ১৯২৮
(গ) ১৯৩২ 
(ঘ) ১৯২২

৩২। উপভাষা সৃষ্টিৰ মূল কাৰণ কি ? 
(ক) যােগাযােগৰ অভাৱ ✅
(খ) ভাল সাহিত্যিকৰ অভাৱ 
(গ) শিক্ষানুষ্ঠানৰ অভাৱ 
(ঘ) একতাৰ অভাৱ

৩৩। মান্য অসমীয়া ভাষাৰ হাড়’শব্দটো কাছাৰী উপভাষাত কি বুলি কোৱা হয়? 
(ক)আড় ✅
(খ) আড়ী
(গ) হাড়া 
(ঘ) ইয়াৰে এটাও নহয় 

৩৪। তলৰ কোনটো বাক্য অশুদ্ধ? 
(ক) আহােমৰ ৰাজধানী শিৱসাগৰ অঞ্চলৰ ভাষাককেন্দ্ৰ কৰি অসমীয়া ভাষাৰ মান্য ৰূপটো গঢ়ি উঠিছিল।
(খ) খ্রীষ্টান মিছনেৰীসকলে অসমত ধর্ম প্রচাৰ কৰা নাছিল। ✅
(গ) মাধৱ কন্দলিৰ ৰামায়ণত কামৰূপী উপভাষাৰ নিদর্শন দেখা যায়। 
(ঘ) কাছাৰী উপভাষাক দেৱান ভাষা’বুলিও কোৱা হয়।

৩৫। তলৰ কোনটো বাক্য ভুল ?
(ক) মাতৃভাষাই সমাজৰ দায়িত্বশীল নাগৰিক গঢ়াত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ নকৰে। 
(খ) মাতৃভাষাই কল্পনাশক্তিক উদ্দীপিত কৰাত ব্যর্থ হয়। 
(গ) মাতৃভাষা শিশুৰ মস্তিষ্কত ক্রিয়াশীল হৈ নাথাকে। (ঘ)মাতৃভাষা আহৰণৰ জৰিয়তে শিশু বােধশক্তিসম্পন্ন, সভ্য আৰু শিক্ষিত হব পাৰে। ✅

৩৬। বানানৰ সঠিক জ্ঞানে ত যথেষ্ট সহায় কৰে। (ক) উচ্চাৰণ ✅
(খ) শ্ৰৱণ
(গ) নিয়মানুৱর্তিত 
(ঘ) অনুশাসন

৩৭। চন্দ্ৰকুমাৰ আগৰৱালাৰচিত কোনটো কবিতাক আধুনিক কবিতাৰ শুভাৰম্ভ বুলি গণ্য কৰা হয়? 
(ক) ধনকুঁৱৰী ✅
(খ) ফুলকুঁৱৰী
(গ) মাধুৰী
(ঘ) ইয়াৰে এটাও নহয়

৩৮। অসমীয়া সাহিত্যত সাহিত্যৰথী’ হিচাপে কাক জনা যায় ? 
(ক) আনন্দৰাম বৰুৱা 
(খ) লক্ষ্মীনাথ বেজবৰুৱা ✅
(গ) হেম বৰুৱা 
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

৩৯। ১৯৬৭ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পাছত প্রকাশিত গ্রন্থখনৰ নাম কি? 
(ক) বীণ বৰাগী 
(খ) চন্দ্ৰামৃত ✅
(গ) প্রকাশ 
(ঘ) ইয়াৰে এটাও নহয় 

৪০। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতাপুথিবীণবৰাগী কোন চনত প্ৰকাশ পাইছিল? (ক) ১৯২২ 
(খ) ১৯২৩ ✅
(গ) ১৯১৭ 
(ঘ) ১৯২৫

৪১। অসমীয়া ভাষাৰ সপ্তমী বিভক্তিৰ চিন কি ?
(ক) ৰ ✅
(খ) ত
(গ) লৈ 
(ঘ) এ

৪২। দ্বিতীয়া বিভক্তিৰ চিন কি?
(ক) ক ✅
(খ) এ
(গ) ত
(ঘ) ই

৪৩। অসমীয়া ভাষাত_______ বিভক্তি পােৱা নাযায়।
(ক) প্রথম 
(খ) ষষ্ঠী
(গ) সপ্তমী
(ঘ) পঞ্চমী ✅

৪৪। পদ্ম আছে নাভিত যাৰ =________'
(ক) পদ্মনাভি 
(খ) পদ্মনাভ ✅
(গ) পদ্মনাভিয়া 
(ঘ) পদ্ম আৰু নাভি 

৪৫। তিনিটা ৰং যাৰ তিনিবৰণীয়া, ইয়াত ‘তিনিবৰণীয়া’কি পদ? 
(ক) সমস্ত পদ ✅
(খ) ব্যাসবাক্য
(গ) কর্মধায় পদ 
(ঘ) ব্যস্ত পদ

৪৬। ত্রি ভূৱনৰ সমাহাৰ = ত্ৰিভূৱন -এই উদাহৰণটোৰ লগত জড়িত সমাসবিধৰ নাম হৈছে। ।
(ক) কর্মধৰয় সমাস
(খ) বহুব্রীহি সমাস 
(গ) দ্বন্দ্ব সমাস 
(ঘ) দ্বিগু সমাস ✅

৪৭। সঞ্চয়’শব্দটো সন্ধি ভাঙিলে হ'বঃ
(ক) সম্ +য়
(খ) সম্ +ছ 
(গ) সন + চয় 
(ঘ) সম + চয় ✅

৪৮। নলগা জেঙাত লাগ’জতুৱা ঠাঁচটোৰ অৰ্থ হৈছে_______।
(ক) অযথা মূৰপাতি লােৱা ✅
(খ) নিজে নিজে ডাঙৰ হােৱা 
(গ) ভাল-বেয়া চিন্তা কৰা 
(ঘ) কামৰ অযােগ্য

৪৯। 'অভ্যাস’ শব্দটোৰ বিপৰীত অর্থ কি ? 
(ক) অনুশীলন 
(খ) পৰিশীলন
(গ) অনভ্যাস ✅
(ঘ) চর্চা

৫০। 'দ্বিপ’ শব্দৰ অর্থ কি ?
(ক) মানুহৰ বসতি থকা ভূখণ্ড 
(খ) পানীৰ মাজৰ দ্বীপ 
(গ) হাতী ✅
(ঘ) ৰস চেপি উলিওৱা জাবৰ

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. *Most important Assam Gk MCQ mock test for Assam Police, DHS, DME, TET,APSC Assam Direct Recruitment 2022, Assam Job exam preparation*

    ReplyDelete