Whatsapp

Join our Whatsapp Group To get latest Information

✴️✴️✴️ Mostly important Questions for DHS DME exam 2022




১) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কিমানতম ৰাষ্ট্ৰীয় উদ্যান?

ক) ৪ তম
খ) ৫ তম
গ) ৬ তম ✅
ঘ) ৭ তম 

২) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা নদীখনৰ নাম কি? 

ক) সোণকোষ নদী
খ) সৰলভগা নদী
গ) পেকুৱা নদী✅
ঘ) গৌৰাং

৩) কিমান চনত ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল?

ক) ২০২০ চনৰ ৫ জুন তাৰিখে
খ) ২০২১ চনৰ ৯ জুন তাৰিখে
গ) ২০২১ চনৰ ৫ জুন তাৰিখে✅
ঘ) ২০২২ চনৰ ৯ জানুৱাৰী তাৰিখে

৪) কিমান চনত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান খন গঠণ কৰা হৈছিল?

ক) ২০২০ চনৰ ৫ জুন তাৰিখে
খ) ২০২১ চনৰ ৯ জুন তাৰিখে✅
গ) ২০২১ চনৰ ৫ জুন তাৰিখে
ঘ) ২০২২ চনৰ ৯ জানুৱাৰী তাৰিখে

৫) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান খন কোন জিলাত অৱস্থিত?

ক) কোকৰাঝাৰ✅
খ) ওদালগুৰি
গ) বাক্সা
ঘ) চিৰাং

৬) বৰ্তমান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?

ক) ১,৩৮৪,৫১৪ বৰ্গ মিটাৰ
খ) ৪২২ বৰ্গকিলোমিটাৰ
গ) ৪,৫৪২,৪০৮ বৰ্গ ফুট
ঘ) ওপৰৰ আটাইকেইটা শুদ্ধ✅

৭) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান খনত এতিয়ালৈকে মুঠ কিমান প্ৰকাৰৰ বন আছে?

ক) ১০
খ) ১১✅
গ) ১৩
ঘ) ১৩

৮) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? বা
    ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ কি?
    
ক) এচিয়ান হাতী
খ) নাহৰফুটুকী বাঘ
গ) বনৰীয়া ম’হ
ঘ) সোণালী বান্দৰ✅

৯) তলৰ কোনটোক বড়োলেণ্ড অঞ্চলৰ "শুভংকৰ (Mascot)" বুলি গণ্য কৰা হয়?

ক) ফুটুকী হৰিণ
খ) বনৰীয়া ম’হ
গ) সোণালী বান্দৰ✅
ঘ) মেঠোন

১০) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান খন ভাৰতৰ কিমান তম ৰাষ্ট্ৰীয় উদ্যান?

ক) ১০৩
খ) ১০৪
গ) ১০৫✅
ঘ) ১০৬

১১) এই ৰাষ্ট্ৰীয় উদ্যান খনে ভূটানৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক স্পৰ্শ কৰিছে?

ক) জিগমে দৰ্জি ৰাষ্ট্ৰীয় উদ্যান
খ) ফ্ৰুমছেংলা ৰাষ্ট্ৰীয় উদ্যান
গ) জিগমে ছিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যান✅
ঘ) ৱাংচুক চেনটেনীয়াল ৰাষ্ট্ৰীয় উদ্যান

১২) এইখন ৰাষ্ট্ৰীয় উদ্যানৰ পূৱত থকা নদীখনৰ নাম কি?

ক) সোণকোষ নদী✅
খ) সৰলভগা নদী
গ) পেকুৱা নদী
ঘ) গৌৰাং

🔰Raimana National Park

1) Raimana National Park How many national parks are there in Assam?

a) 4th
b) 5th
c) 6th ✅
d) 7th

2. What is the name of the river south of Raimana National Park?

a) Sonkosh River
b) Straight river
c) Pekua River✅
d) Gaurang

3. In which year was the Raimana Reserve declared a National Park?

a) On 5 June
b) On 9 June
c) On 5 June 2021✅
d) On 9 January

4. In which year was Raimana National Park established?

a) On 5 June
b) On 9 June 2021✅
c) On 5 June
d) On 9 January

5) Raimana National Park is located in which district?

a) Kokrajhar✅
b) Odalguri
c) Baxa
d) Chirang

6. What is the present area of Raimana National Park?

a) 1,384,514 square metres
b) 422 sq. km
C. 4,542,408 square feet
d) All of the above are correct✅

7. How many types of forests are there in Raimana National Park?

a) 10
b) 11✅
c) 13
d) 13

8. What is Raimana National Park famous for? or
    What is the main attraction of Raimana National Park?
    
a) Asian elephants
b) Leopard tigers
c) Wild buffalo
D) Golden Monkey✅

9. Which of the following is considered as the "Mascot" of the Boroland region?

a) Leopard deer
b) Wild buffalo
c) Golden Monkey✅
d) Sheep

10. Raimana National Park is the largest national park in India.

a) 103
b) 104
c) 105✅
d) 106

11. This National Park touches which National Park of Bhutan?

a) Jigme Darji National Park
b) Frumsengla National Park
c) Jigme Tsinghe Wangchuk National Park✅
D. Wangchuk Centennial National Park

12. What is the name of the river to the east of this national park?

a) Sonkosh River✅
b) Straight river
c) Pekua River
d) Gaurang

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.