১. সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
ক) শকুন্তলা
খ) বনফুল
গ) ঈয়াৰুইঙ্গম
ঘ) হালধীয়া চৰাই বাও ধান খায়
উত্তৰ:- গ) ঈয়াৰুইঙ্গম।
২. প্ৰথম অসমীয়া মহিলা আলোচনী খনৰ নাম কি?
ক) মায়া
খ) ঘৰ জেউতি
গ) নন্দিনী
ঘ) জয়মতী আয়
উত্তৰ:- খ) ঘৰ জেউতি।
৩. বিহগী কবি বুলি কাক কোৱা হয়?
ক) ভৱেন্দ্ৰ নাথ শইকীয়া
খ) অম্বিকাৰগিৰি ৰায় চৌধুৰী
গ) ৰঘুনাথ চৌধুৰী
যতীন্দ্ৰ নাথ দুৱৰা
উত্তৰ:- গ) ৰঘুনাথ চৌধুৰী।
৪. শংকৰদেৱে ৰচনা কৰা প্ৰধান পুথিখনৰ নাম কি?
ক) নাম ঘোষা
খ) হেম কোষ
গ) কীৰ্তন ঘোষা
ঘ) দেৱীলতা
উত্তৰ:- গ) কীৰ্তন ঘোষা।
৫. প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?
ক) মৌচাক
খ) সঁফুৰা
গ) ৰংমন
ঘ) ল'ৰা বন্ধু
উত্তৰ:- ঘ) ল'ৰা বন্ধু।
৬. অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি?
ক) লক্ষ্মীনাথ বেজবৰুৱা
খ) পদ্মনাথ গোহাঞি বৰুৱা
গ) বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য
ঘ) ৰং বং টেৰাং
উত্তৰ:- খ) পদ্মনাথ গোহাঞি বৰুৱা।
৭. প্ৰথম অসমীয়া সপ্তাহিক আলোচনী খনৰ নাম কি?
ক) তিৰবিৰাই থকা জোন
খ) শুনিশ্চল বৰাহী
গ) নৱযুগ
ঘ) ফলীৰ শৰৎ
উত্তৰ:- গ) নৱযুগ।
৮. অসমীয়া ভাষা সাহিত্যৰ জনক বুলি কাক জনা যায়?
ক) ছাৰ চৈয়দ আব্দুল মালিক
খ) ৰাম সৰস্বতী
গ) শ্ৰীমন্ত মাধৱদেৱ
ঘ) শ্ৰীমন্ত শংকৰদেৱ
উত্তৰ:- ঘ) শ্ৰীমন্ত শংকৰদেৱ।
৯. অসমীয়া প্ৰথম চুটি গল্পটোৰ নাম কি?
ক) অকণৰ ছবি
খ) মহেন্দ্ৰৰ হাঁহি
গ) কন্যা
ঘ) মোৰ নাম জেউতি
উত্তৰ:- গ) কন্যা।
১০. প্ৰথম অসমীয়া চনেট কবি জনৰ নাম কি?
ক) ৰঘুনাথ চৌধুৰী
খ) হেম বৰুৱা
গ) হেমচন্দ্ৰ গোস্বামী
ঘ) নৱকান্ত বৰুৱা
উত্তৰ:- গ) হেমচন্দ্ৰ গোস্বামী।
১১. প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি?
ক) দাপোন
খ) কদম কলি
গ) কথা ছবি
ঘ) প্ৰহ্লাদ চৰিত
উত্তৰ:- ঘ) প্ৰহ্লাদ চৰিত।
১২. ড° মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰা কিতাপ খনৰ নাম কি?
ক) মানুহ হিচাপে ব্যৱহাৰ
খ) ইতিহাসৰ পৰিচয়
গ) মামৰে ধৰা তৰোৱাল
ঘ) ঈয়াৰুইঙ্গম
'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটো কোনে ৰচনা কৰিছিল?
ক) মিত্ৰদেৱ মহন্ত
খ) জ্যোতিপ্ৰসাদ আগৰৱালা
গ) খগেন মহন্ত
ঘ) বিষ্ণু প্ৰসাদ ৰাভা
উত্তৰ:- ক) মিত্ৰদেৱ মহন্ত।
১৪. ড° ভবেন্দ্ৰ নাথ শইকীয়াই সাহিত্য একাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি?
ক) মিনতী
খ) অঘৰী ৰতনি
গ) ঋতুৰ আগমন
ঘ) শৃংখল
উত্তৰ:- ঘ) শৃংখল।
১৫. 'সোণৰ খাৰু নালাগে মোক' উপন্যাসখনৰ লেখক কোন?
ক) নৱকান্ত বৰুৱা
খ) ড° মামণি ৰয়ছম গোস্বামী
গ) বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য
ঘ) ধীৰেণ বৰুৱা
উত্তৰ:- ঘ) ধীৰেণ বৰুৱা।