১.সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি ______ শক্তিলৈ ৰূপান্তৰিত হয় ?উত্তৰ:- 'ৰাসায়নিক', 'আম্লিক', 'জৈৱিক', 'অৰাসায়নিক'. (Choose the correct Answer)
২. নিম্নলিখিত কোনটো স্তন্যপ্ৰায়ী প্ৰাণী নহয় ?
উত্তৰ:- 'তিমি মাছ', 'পেংগুইন', 'বাদুলি', 'হাতী'. (Choose the correct Answer)
৩. মানহৰ শৰীৰৰ অগ্ন্যাশয়ত অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হোৱা মুখ্য হৰমন দুটা হৈছে ক্ৰমে _____ আৰু গ্লুকাগন ?
উত্তৰ:- 'ষ্টেটছমিন', 'এনিচুলিন', 'ইনচুলিন', 'বিটামিন'. (Choose the correct Answer)
৪. নিম্নলিখিত কোনটো ৰঙৰ ডাটা কিতাপ/বুকত বিপদাসম্পন্ন প্ৰজাতিসমূহক তালিকাভুক্ত কৰা হৈছে ?
উত্তৰ:- 'নীলা ডাটা বুকত', 'ক’লা ডাটা বুকত', 'বগা ডাটা বুকত', 'ৰঙা ডাটা বুকত'. (Choose the correct Answer)
৫. নিম্নলিখিত কোনটো ৰোগ প্ৰতিৰোধ কৰিবলৈ ডি. টি. পি. প্ৰতিষেধক প্ৰদান কৰা নহয় ?
উত্তৰ:- 'হলিথেৰিয়া', 'ডিপথেৰিয়া', 'পাৰ্টুচিছ', 'টিটেনাছ'. (Choose the correct Answer)
৬. নিম্নলিখিত কোনটো মৌল ক্লোৰোফিল/পত্রহৰিৎত থাকে ?
উত্তৰ:- 'মিথেন', 'মেগনেছিয়াম', 'ছিলিকনেছিয়াম', 'আৰ্গন'. (Choose the correct Answer)
৭. জীৱৰ দেহ/শৰীৰ গঠনৰ ক্ষুদ্ৰতম একক কি বুলি কোৱা হয় ?
উত্তৰ:- 'মগজু', 'হাড়', 'কোষ', 'চকু'. (Choose the correct Answer)
৮. অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ _____ আৰু ____ একেবাৰে অগ্ৰ অংশত পোৱা যায় ?
উত্তৰ:- 'পাত আৰু শিপাৰ', 'কাণ্ড আৰু পাতৰ', 'পাত আৰু ঠাৰিৰ', 'কাণ্ড আৰু শিপাৰ'. (Choose the correct Answer)
৯. মানুহৰ কলা সম্পৰ্কীয় গৱেষণা/অধ্যয়নক ____ বুলি কোৱা হয় ?
উত্তৰ:- 'হিষ্ট’লজি', 'টিচো’লজি', 'ফিষ্ট’লজি', 'কেষ্ট’লজি'. (Choose the correct Answer)
১০. উদ্ভিদৰ কলা সম্পৰ্কীয় গৱেষণা/অধ্যয়নক ____ বুলি কোৱা হয় ?
উত্তৰ:- 'টিৰিনমী', 'প্লেণ্ট এনাটমী', 'উদ্ভিদনমী', 'ফেণ্ট এনাটমী'. (Choose the correct Answer)
১১. নিবেশিত ভাজক কলা উদ্ভিদৰ ____ গুৰি অংশত পোৱা যায় ?
উত্তৰ:- 'শিপাৰ', 'ফুলৰ', 'পাতৰ ঠাৰিৰ', 'পুংকেশৰত'. (Choose the correct Answer)
১২. ভিটামিন B12 -ত থকা ধাতুৰ আয়নটো কি ?
উত্তৰ:- 'ফ্লোৰিঙ', 'মংগানিছ', 'আৰ্গন', 'কোবাল্ট'. (Choose the correct Answer)
১৩. জীৱবোৰৰ পৰিৱেশৰ সৈতে জড়িত থকা অধ্যয়নক কি বুলি কোৱা হয় ?
উত্তৰ:- 'পৰিস্থিতি বিজ্ঞান', 'জীৱ-জ্ঞান', 'আন্তঃ বিজ্ঞান', 'অৰ্ধ বিজ্ঞান'. (Choose the correct Answer)
১৪. কেকটাছৰ মেৰুদণ্ডবোৰ নিম্নলিখিত কিহলৈ পৰিৱৰ্তন হয় ?
উত্তৰ:- 'ফুল', 'পাত', 'ঠাল', 'শিপা'. (Choose the correct Answer)
১৫. যকৃত আৰু মাংসপেশীত নিম্নলিখিত কি আকাৰত শক্তি সঞ্চিত হৈ থাকে ?
উত্তৰ:- 'ফাইকোজেন', 'হেক্টোজেন', 'গ্লাইকোজেন', 'এনাৰ্জিজেন'. (Choose the correct Answer)