Whatsapp

Join our Whatsapp Group To get latest Information

Most Important Science MCQs - 3 | Preparation for Assam Police, Assam TET, PNRD, Assam Grade lll and lV Exam

 
Most Important Science MCQs - 3 | Preparation for Assam Police, Assam TET, PNRD, Assam Grade lll and lV Exam (Previous Year Questions)
 Scie


১.সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি ______ শক্তিলৈ ৰূপান্তৰিত হয় ?
উত্তৰ:- 'ৰাসায়নিক', 'আম্লিক', 'জৈৱিক', 'অৰাসায়নিক'. (Choose the correct Answer)

২. নিম্নলিখিত কোনটো স্তন্যপ্ৰায়ী প্ৰাণী নহয় ?
উত্তৰ:- 'তিমি মাছ', 'পেংগুইন', 'বাদুলি', 'হাতী'. (Choose the correct Answer)

৩. মানহৰ শৰীৰৰ অগ্ন্যাশয়ত অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হোৱা মুখ্য হৰমন দুটা হৈছে ক্ৰমে _____ আৰু গ্লুকাগন ?
উত্তৰ:- 'ষ্টেটছমিন', 'এনিচুলিন', 'ইনচুলিন', 'বিটামিন'. (Choose the correct Answer)

৪. নিম্নলিখিত কোনটো ৰঙৰ ডাটা কিতাপ/বুকত বিপদাসম্পন্ন প্ৰজাতিসমূহক তালিকাভুক্ত কৰা হৈছে ?
উত্তৰ:- 'নীলা ডাটা বুকত', 'ক’লা ডাটা বুকত', 'বগা ডাটা বুকত', 'ৰঙা ডাটা বুকত'. (Choose the correct Answer)

৫. নিম্নলিখিত কোনটো ৰোগ প্ৰতিৰোধ কৰিবলৈ ডি. টি. পি. প্ৰতিষেধক প্ৰদান কৰা নহয় ?
উত্তৰ:- 'হলিথেৰিয়া', 'ডিপথেৰিয়া', 'পাৰ্টুচিছ', 'টিটেনাছ'. (Choose the correct Answer)

৬. নিম্নলিখিত কোনটো মৌল ক্লোৰোফিল/পত্রহৰিৎত থাকে ?
উত্তৰ:- 'মিথেন', 'মেগনেছিয়াম', 'ছিলিকনেছিয়াম', 'আৰ্গন'. (Choose the correct Answer)

৭. জীৱৰ দেহ/শৰীৰ গঠনৰ ক্ষুদ্ৰতম একক কি বুলি কোৱা হয় ?
উত্তৰ:- 'মগজু', 'হাড়', 'কোষ', 'চকু'. (Choose the correct Answer)

৮. অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ _____ আৰু ____ একেবাৰে অগ্ৰ অংশত পোৱা যায় ?
উত্তৰ:- 'পাত আৰু শিপাৰ', 'কাণ্ড আৰু পাতৰ', 'পাত আৰু ঠাৰিৰ', 'কাণ্ড আৰু শিপাৰ'. (Choose the correct Answer)

৯. মানুহৰ কলা সম্পৰ্কীয় গৱেষণা/অধ্যয়নক ____ বুলি কোৱা হয় ?
উত্তৰ:- 'হিষ্ট’লজি', 'টিচো’লজি', 'ফিষ্ট’লজি', 'কেষ্ট’লজি'. (Choose the correct Answer)

১০. উদ্ভিদৰ কলা সম্পৰ্কীয় গৱেষণা/অধ্যয়নক ____ বুলি কোৱা হয় ?
উত্তৰ:- 'টিৰিনমী', 'প্লেণ্ট এনাটমী', 'উদ্ভিদনমী', 'ফেণ্ট এনাটমী'. (Choose the correct Answer)

১১. নিবেশিত ভাজক কলা উদ্ভিদৰ ____ গুৰি অংশত পোৱা যায় ?
উত্তৰ:- 'শিপাৰ', 'ফুলৰ', 'পাতৰ ঠাৰিৰ', 'পুংকেশৰত'. (Choose the correct Answer)

১২. ভিটামিন B12 -ত থকা ধাতুৰ আয়নটো কি ?
উত্তৰ:- 'ফ্লোৰিঙ', 'মংগানিছ', 'আৰ্গন', 'কোবাল্ট'. (Choose the correct Answer)

১৩. জীৱবোৰৰ পৰিৱেশৰ সৈতে জড়িত থকা অধ্যয়নক কি বুলি কোৱা হয় ?
উত্তৰ:- 'পৰিস্থিতি বিজ্ঞান', 'জীৱ-জ্ঞান', 'আন্তঃ বিজ্ঞান', 'অৰ্ধ বিজ্ঞান'. (Choose the correct Answer)

১৪. কেকটাছৰ মেৰুদণ্ডবোৰ নিম্নলিখিত কিহলৈ পৰিৱৰ্তন হয় ?
উত্তৰ:- 'ফুল', 'পাত', 'ঠাল', 'শিপা'. (Choose the correct Answer)

১৫. যকৃত আৰু মাংসপেশীত নিম্নলিখিত কি আকাৰত শক্তি সঞ্চিত হৈ থাকে ?
উত্তৰ:- 'ফাইকোজেন', 'হেক্টোজেন', 'গ্লাইকোজেন', 'এনাৰ্জিজেন'. (Choose the correct Answer)



Details:- ইয়াৰ পৰা আপুনি আগন্তুক চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন পাব পাৰে। মই আশা কৰোঁ যে ই আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। আপোনাৰ আগন্তুক পৰীক্ষাৰ বাবে সৰ্বশ্ৰেষ্ঠ । এই মক টেষ্ট শৃংখলাৰ সৈতে আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি বৃদ্ধি কৰক। শিকি থাকক আৰু লগতে এই মক টেষ্ট ৱেবছাইটটো আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা কৰক। এই ৱেবছাইটত প্ৰাৰ্থীসকলে এছ.এছ.চি., বেংক, কনিষ্ঠ সহায়ক, অসম আৰক্ষী এ.বি. আৰু ইউ.বি. আৰু এছ.আই., গ্ৰেড চতুৰ্থ, প্ৰতিৰক্ষা, পিয়ন, তৃতীয় শ্ৰেণী, অসম টেট আৰু অন্যান্য ৰাজ্য চৰকাৰৰ বাবে বিনামূলীয়া নকল পৰীক্ষা বিচাৰি পাব পাৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.