Whatsapp

Join our Whatsapp Group To get latest Information

Assam Police AB UB Questions MCQ Test Part 06




১. কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
*
300 points
(ক) ১৯৭১ চনত
(খ) ১৯৫১ চনত
(গ) ১৯৬১ চনত
২. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
*
300 points
(ক) ১৮৮২ চনত
(খ) ১৮২৮ চনত
(গ) ১৮৮১ চনত
৩. কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
*
300 points
(ক) ১৯১১ চনত
(খ) ১৯২৮ চনত
(গ) ১৯২১ চনত
৪. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
*
300 points
(ক) প্ৰফুল্ল মহন্ত
(খ) বসন্ত দাস
(গ) গোপীনাথ বৰদলৈ
৫. অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
*
300 points
(ক) ১৯১১ চনত
(খ) ১৮২৩ চনত
(গ) ১৮২৮ চনত
এই প্ৰশ্ন উত্তৰ বোৰ দৈনিক পাবলৈ আমাৰ WhatsApp Group Join হৈ ল'বলৈ অনুৰোধ জনালোঁ । ওপৰত লিংক আছে
৬. অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
*
300 points
(ক) চুকাফা
(খ) ৰুদ্ৰ সিংহ
(গ) চন্দ্ৰকান্ত সিংহ
৭. চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
*
300 points
(ক) ৰামপাল
(খ) চুকাফা
(গ) বীৰপাল
৮. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
*
300 points
(ক) ডিব্ৰুগড়
(খ) গুৱাহাটী
(গ) শ্বিলং
৯. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
*
300 points
(ক) প্ৰফুল্ল মহন্ত
(খ) আনন্দৰাম বৰুৱা
গ) গোপীনাথ বৰদলৈ
১০. অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?
*
300 points
(ক) ১৫৪৮ চনত
(খ) ১৯৫০ চনত
(গ) ২০১৩ চনত

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.