Whatsapp

Join our Whatsapp Group To get latest Information

Assam Police AB UB Very Important Mock Test Part 16

Cachar Levy হৈছে Assam rifle পুৰণি নাম ।পুৰণিটোৰ পৰা সলনি কৰি Assam rifles কিমান চন ৰখা হৈছিল
*
300 points
ক) ১৮৩৫
খ) ১৯১৭
গ) ২০০৬
ঘ) ২০১০
মিশ্র অর্থনীতি কোনটো পাঁচ বছৰীয়াপৰিকল্পনাত অনিতভুক্ত কৰা হৈছিল
*
300 points
ক) প্রথম
খ) দ্বিতীয়
গ) তৃতীয়
ঘ) চতুৰ্থ
গৰম পানী উহ পোৱা যায়
*
300 points
ক) কৰিমগঞ্জ
খ) নামেৰি
গ) নামবৰ
ঘ) কাজিৰঙা
শকুন্তলা গ্ৰন্থখন কোনে অনুবাদ কৰিছিল?
*
300 points
ক) লম্বোদৰ বৰা
খ) যতীন্দ্ৰনাথ দুৱাৰা
গ) মাধৱ কন্দলি
ঘ) ঘনশ্যাম বৰুৱা
অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান
*
300 points
ক) কাজিৰঙা
খ) মানাহ
গ) নামেৰি
ঘ) ওৰাং

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.