Whatsapp

Join our Whatsapp Group To get latest Information

DHS, DME, DHSFW & Ayush Assam Most Important Mock Test 2022 | Assamese Genaral Knowlage Part 06

🛑কংস-বধ নামৰ পুথি নিম্নলিখিত কোনে লিখিছিল
বৈভৱ ঠাকুৰে
ৰামচন্দ্ৰ ঠাকুৰে
অৰ্জুন ঠাকুৰে
ৰামচৰণ ঠাকুৰে


2➤ নিম্নলিখিত কোনে শংকৰদেৱৰ সংস্কৃত ৰচনা “ভক্তি ৰত্নাকৰ” নামৰ পুথিখনক অসমীয়ালৈ ভাঙনি কৰি “পদ-ভক্তি ৰত্নাকৰ” নামৰ এখন পুথিৰ ৰচনা কৰিছিল
বৈভৱ ঠাকুৰে
ৰামচন্দ্ৰ ঠাকুৰে
ৰামচৰণ ঠাকুৰ
অৰ্জুন ঠাকুৰে


3➤ অগ্নিস্নান নামৰ অসমীয়া চলচ্চিত্ৰখনৰ পৰিচালকজনৰ নাম হৈছে
ইন্দ্ৰ বণিয়া
কমল নায়ক
নিকুঞ্জ ভট্টাচাৰ্য
ভবেন্দ্ৰনাথ শইকীয়া


4➤ মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল
মেনকা
গান্ধাৰী
নন্দিনী
উৰ্বশী


5➤ নিম্নলিখিত কোনে দুৰ্লভনাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি কৈছিল
ৰত্ন সৰস্বতী
হেম সৰস্বতী
দ্বীব্য সৰস্বতী
ব্ৰহ্ম সৰস্বতী





6➤ ৰাম সৰস্বতী ________ শতিকাৰ এগৰাকী অসমীয়া কবি আছিল
পঞ্চদশ
ষোড়শ
একাদশ
নৱম


7➤ মাধৱদেৱৰ ভনীয়েক উৰ্বশীৰ পুত্ৰৰ নাম কি আছিল
হৰিৰাম ঠাকুৰ
ৰামচন্দ্ৰ ঠাকুৰ
ৰামচৰণ ঠাকুৰ
বিষ্ণু ঠাকুৰ


8➤ শালস্তম্ভ ৰাজবংশৰ ৰজা হৰ্জৰবৰ্মনৰ মাতৃৰ নাম কি আছিল
মেনকা
গান্ধাৰী
জীৱদা
ৰূপৱতী


9➤ পাল ৰাজবংশৰ ৰজা ব্ৰহ্মপালৰ পুত্ৰৰ নাম কি আছিল
হৰ্ষপাল
ৰত্নপাল
ৰুদ্ৰপাল
নীলপাল


10➤ শালস্তম্ভ ৰাজবংশৰ ৰজা প্ৰালম্ভৰ পুত্ৰৰ নাম কি আছিল
শালস্তম্ভ
হৰ্জৰবৰ্মন
বলবৰ্মন
বিগ্ৰহ স্তম্ভ





11➤ অগ্নিস্নান নামৰ অসমীয়া চলচ্চিত্ৰখনে নিম্নলিখিত কিমান চনত মুক্তি লাভ কৰিছিল
১৯৭০
১৯৭৫
১৯৮০
১৯৮৫


12➤ শালস্তম্ভ ৰাজবংশৰ ৰজা হৰ্জৰবৰ্মনে কামৰূপ ৰাজ্যত নিম্নলিখিত কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল
৭৯৫ পৰা ৮৩৫ খ্ৰীষ্টাব্দলৈ
৮০০ৰ পৰা ৮২০ খ্ৰীষ্টাব্দলৈ
৮২০ৰ পৰা ৮৩৫ খ্ৰীষ্টাব্দলৈ
৮৩৫ৰ পৰা ৮৫৫ খ্ৰীষ্টাব্দলৈ


13➤ ৰামচৰণ ঠাকুৰৰ পিতৃৰ নাম কি আছিল
কৃষ্ণদাস
শিৱদাস
ৰামদাস
হৰিদাস





14➤ শালস্তম্ভ ৰাজবংশৰ ষষ্ঠজন ৰজাৰ নাম কি আছিল
বলবৰ্মন
জয়মালা
হৰ্ষদেৱ
হৰ্জৰবৰ্মন


15➤ শালস্তম্ভ ৰাজবংশৰ পঞ্চমজন ৰজাৰ নাম কি আছিল
বিগ্ৰহ স্তম্ভ
শালস্তম্ভ
প্ৰালম্ভ
ত্যাগসিংহ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.